5 Best whatsapp Status Quotes assamese romantic status :: status in love |
5 Best whatsapp Status Quotes assamese romantic status :: status in love |
তুমি হয়তো নুবুজিবা
কাৰোৰে আগত প্ৰকাশ কৰিব
নোৱাৰা কথাৰ বোজাটি
আজীৱন কঢ়িয়াই লৈ ফুৰা
হৃদয়খনেহে জানে
যন্ত্ৰণা কি ।।
কাৰোৰে আগত প্ৰকাশ কৰিব
নোৱাৰা কথাৰ বোজাটি
আজীৱন কঢ়িয়াই লৈ ফুৰা
হৃদয়খনেহে জানে
যন্ত্ৰণা কি ।।
❤️❤️❤️❤️❤️❤️
5 Best whatsapp Status Quotes assamese romantic status :: status in love |
আপোনজনক ইমান
ব্যাস্ততা নেদেখুৱাব
কিয়নো আপোনাৰ অৱহেলাই
তেওঁৰ আচৰণে নহয়
মনʼও সলনি কৰিব পাৰে ।।
❤️❤️❤️❤️❤️❤️
5 Best whatsapp Status Quotes assamese romantic status :: status in love |
এন্ধাৰৰ আৱৰণ ফালি
যিদৰে পোহৰ বিলাইছে
মোৰ বিশ্বাস দুখবোৰ নেওঁচি
সুখৰ ভুমুকি মাৰিবই
নিৰৱে অপেক্ষা মাথো সময়লৈ ।।
❤️❤️❤️❤️❤️❤️
5 Best whatsapp hatsApp Status Quotes assamese romantic status :: status in love |
তুমি হয়তো নুবুজিবা
কাৰোৰে আগত প্ৰকাশ কৰিব
নোৱাৰা কথাৰ বোজাটি
আজীৱন কঢ়িয়াই লৈ ফুৰা
হৃদয়খনেহে জানে
যন্ত্ৰণা কি ।।
❤️❤️❤️❤️❤️❤️
5 Best whatsapp Status Quotes assamese romantic status :: status in love |
তোমাৰ ওচৰত
মই হাৰ মানিছো
তোমাৰ স্বভাৱ সলনি
কৰাৰ চেষ্টাত
মই নিজেই সলনি হʼবলৈ
বাধ্য হৈছো ।।
❤️❤️❤️❤️❤️❤️
Writing By Tulika Das
Blue Sky Entertainment
0 Comments