Assamese kabita assamese poem assamese / অসমীয়া কবিতা / assamese poem 2022 |
বিধ্বস্তৰ নিশা
অমাবস্যাৰ এন্ধাৰ ৰাতি
আকাশখনক ধৰিছে চানি
হঠাৎ অহা ধুমুহা জাকে
তাণ্ডব কৰিছেহি জননীক
ক'ব নোৱাৰা এয়া
কাল অমানিশা নে
শুভক্ষণৰ ইংগিত
হে ভগৱান,
মনৰ দুচিন্তা আতৰাই
দেখাই দিয়া আহি
এটি সুন্দৰ প্ৰতিভা ।
Writing By Tulika Das
Blue Sky Entertainment
0 Comments