New assamese Quotes Of Life status | Sad Assamese Whatsapp Status
New assamese Quotes Of Life status | Sad Assamese Whatsapp Status |
দুখৰ মাজতো ভাগৰি নপৰো
কিয়নো মা দেউতাৰ অপৰিসীমা
মৰম ভালপোৱাৰে সদায়
ভৰি থাকে মোৰ হৃদয় ।।
কিয়নো মা দেউতাৰ অপৰিসীমা
মৰম ভালপোৱাৰে সদায়
ভৰি থাকে মোৰ হৃদয় ।।
❤️❤️❤️❤️❤️❤️
New assamese Quotes Of Life status | Sad Assamese Whatsapp Status |
মুখেৰে ক'ব নালাগে
তোমাৰ আচাৰে কয়
সলনি হোৱা বুলি ,
নকোৱাকৈ যাব তেতিয়া
ভগ্ন হৃদয়খন যোৰা লগোৱা
এতি ঠিকনা দি যোৱা ।।
❤️❤️❤️❤️❤️❤️
New assamese Quotes Of Life status | Sad Assamese Whatsapp Status |
হৃদয়ৰ কোণত ৰৈ যাবলৈ দিয়া
তুমি নামৰ অনুভববোৰ,
বুজা নুবুজাৰ দোমোজাত
বৈ যাবগৈ মৰমবোৰ,
বৰষুণজাক অথবা শীতৰ কোমল ৰ'দ,
ছাটি যিদৰে প্ৰিয় আজিও
তেনেদৰে তুমিও সদায় ৰৈ যাবাহি
মনৰ প্ৰিয়জন হৈ .........
❤️❤️❤️❤️❤️❤️
New assamese Quotes Of Life status | Sad Assamese Whatsapp Status |
" মোৰ ভূল হৈছে "
বাক্যশাৰী শুনাৰ
মোৰ আৰু ধৈৰ্য নাই ,
মইও মানুহ ছবি নহয়
যে হৃদয়খন বাৰে বাৰে
ভাঙিবা ।।
❤️❤️❤️❤️❤️❤️
New assamese Quotes Of Life status | Sad Assamese Whatsapp Status |
অপোনজনক অযথা ব্যস্ত দেখুৱাই
লাগিলে এক মিনিটৰ বাবে হ'লেও
ফোন এটা কৰি সুধিবচোন
ভালে আছেনে ?
মেছেজ কৰাতকৈ
লাগিলে এক মিনিটৰ বাবে হ'লেও
ফোন এটা কৰি সুধিবচোন
ভালে আছেনে ?
মেছেজ কৰাতকৈ
आपके प्रियजन को अनावश्यक रूप से व्यस्त दिखके
SMS करने के बजाय
भले ही वह एक मिनट के लिए हि हो
कृपया उचे कॉल करें और पूछें
क्या तुम ठीक हो ?
❤️❤️❤️❤️❤️❤️
New assamese Quotes Of Life status | Sad Assamese Whatsapp Status |
হৃদয়ৰ কোণত ৰৈ যাবলৈ দিয়া
তুমি নামৰ অনুভৱবোৰ
বুজা নুবুজাৰ দোমোজত ৰৈ যাবলৈ মৰমবোৰ
বৰষুণজাক অথবা শীতৰ কোমল ৰ'দত ছাটি
যিদৰে আজিও প্রিয়
তেনেদৰে তুমিও সদায় ৰৈ যাবাহি
মোৰ মনৰ প্ৰিয়জন হৈ ।।
তুমি নামৰ অনুভৱবোৰ
বুজা নুবুজাৰ দোমোজত ৰৈ যাবলৈ মৰমবোৰ
বৰষুণজাক অথবা শীতৰ কোমল ৰ'দত ছাটি
যিদৰে আজিও প্রিয়
তেনেদৰে তুমিও সদায় ৰৈ যাবাহি
মোৰ মনৰ প্ৰিয়জন হৈ ।।
❤️❤️❤️❤️❤️❤️
Writing By Tulika Das
Blue Sky Entertainment
0 Comments