Assamese kabita lyrics assamese poem |
অনুৰোধ
ধুনীয়া তুমি মে কিমান
মুখেৰে প্ৰকাশ কৰিব নোৱাৰি,
ভালপাঁও তোমাক
এতিয়া এৰিব নোৱাৰো,
জীৱন বাটৰ কৰিলা সংগী
মইও তোমাক দিলো সহাৰি,
সুখ দুখত হʼবা মোৰ সমভাগি
মিনতি কৰিছো তুমি মোক
কেতিয়াও নাযাবা পাহৰি ।।
Click here
👇
Writing By Tulika Das
Blue Sky Entertainment
0 Comments