Assamese romantic kabita assamese poem |
ভগ্ন হৃদয়
তোমাক নোপোৱাৰ বেদনা
মোৰ বুকুত নাই
কিন্তু নাজানো কিয়
তোমাৰ প্ৰতিটো কথাই
আজিও এক মুহুৰ্তৰ বাবে হ'লেও
স্পৰ্শ কৰি থৈ যায়
মোৰ হৃদয় ।।
Writing By Tulika Das
Blue Sky Entertainment
Copyright (c) 2020 All Right Reseved
0 Comments